ETV Bharat / city

মেৰাপানীত বনৰীয়া কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰে তিনিজনকৈ লোক অসুস্থ

author img

By

Published : Sep 19, 2022, 8:51 PM IST

three sick after consuming poisonous mushrooms at Merapani in jorhat
মেৰাপানীত বনৰীয়া কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰে তিনিজনকৈ লোক অসুস্থ

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই এতিয়ালৈকে বহুকেইজনে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈছে বহুজন ৷ শেহতীয়াকৈ মেৰাপানীত ৰতনপুৰৰ দিনেশপুৰত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰে তিনিজনকৈ লোক অসুস্থ হৈছে (Three sick after consuming poisonous mushrooms ) ৷

  • মেৰাপানীত ৰতনপুৰৰ দিনেশপুৰত অঘটন
  • বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰে তিনিজনকৈ লোক অসুস্থ (Three sick after consuming poisonous mushrooms )
  • অসুস্থ দুগৰাকী মহিলা আৰু এটি দুই বছৰীয়া শিশু
  • মহিলা দুগৰাকীৰ নাম মমিতা দৈমাৰী আৰু বিনীতা দৈমাৰী
  • অসুস্থ শিশুটিৰ নাম প্ৰিন্সী দৈমাৰী
  • অসুস্থ আটাইকে মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰা হয়
  • যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ (Golaghat Civil Hospital) প্ৰেৰণ কৰা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.