ETV Bharat / city

মহানগৰীত বিতৰণ বান সাহায্য

author img

By

Published : Jul 19, 2019, 7:55 AM IST

মহানগৰীত বিতৰণ বান সাহায্য

পানীখাইটী ৰাজাবাৰীৰ বানাক্ৰান্তসকলক বান সাহায্য বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে

গুৱাহাটী,১৯জুলাই : ভয়ংকৰ বানে জুৰুলা কৰিছে ৰাজ্যবাসীক । চৌদিশে কেৱল বানে বিধ্বস্ত কৰা এক জৰাজীৰ্ণ ছবি । খাদ্য,আশ্ৰয়ৰ সংকটত ভুগা বানাক্ৰান্তসকলক সহায় কৰিবলৈ ওলাই আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতি । বৃহস্পতিবাৰে পানীখাইটী ৰাজাবাৰী অঞ্চলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে বানাক্ৰান্তসকলক বিতৰণ কৰে চাউল, দালি, তেল, নিমখৰ লগতে আন বহু সামগ্ৰী ।

মহানগৰীত বিতৰণ বান সাহায্য
Intro:মহানগৰীৰ পানীখাইটি ৰাজাবাৰীত বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংংগী আঞ্চলিক সমিতিয়ে ৷Body:ৰাজ্যত এতিয়া বানৰ বিভিষিকা ৷ চৌদিশে কেৱল বানে বিধ্বস্ত কৰা এক জৰাজীৰ্ন ছবি ৷ এমুঠি খাদ্য আৰু অকনমান আশ্ৰয়ৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ ৷ একাংশ সুহৃদ লোকে বানাক্ৰান্তসকলক সহায় কৰাৰ বাবে বিভিন্ন প্ৰদক্ষেপ হাতত লৈচে ৷ মহানগৰীৰ পানীখাইটী ৰাজাবাৰী অঞ্চলতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে সাহাৰ্য দিয়াৰ বাবে বিভিন্ন প্ৰদক্ষেপ হাতত লৈছে ৷ সংগঠনটোৰ উদ্যোগত বহু লোকক বৃহস্পতিবাৰে বান সাহায্য প্ৰদান কৰে ৷ চাউল, দালি, তেল, নিমখৰ লগতে আৰু অন্য খোৱা খাদ্য বিতৰণ কৰে বানাক্ৰান্তৰ মাজত ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.