ETV Bharat / city

Abdul Khalek resign: কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে সাংসদ আব্দুল খালেকে

author img

By

Published : Oct 8, 2022, 10:28 PM IST

congress-mp-abdul-khalek-resign-from-senior-spokesperson-and-all-other-party-posts
বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব

কংগ্ৰেছৰ সকলো বিষয়বাব এৰিলে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই পদৰ পৰা অব্যাহতি লৈছে নেতাগৰাকীয়ে ৷ শনিবাৰে টুইটযোগে সাংসদগৰাকীয়ে জানিবলৈ দিয়ে এই তথ্য(Abdul Khalek resign from senior spokesperson) ৷

  • বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব (Abdul Khalek resign from senior spokesperson)
  • শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কংগ্ৰেছ সাংসদগৰাকীৰ
  • কংগ্ৰেছৰ মুখপাত্ৰ তথা আন সকলো পদবীৰ পৰা পদত্যাগ কৰে সাংসগৰাকীয়ে(Congress MP Abdul Khalek resign)
  • সাংসদগৰাকীয়ে জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অব্যাহতি লয় সকলো পদবীৰ পৰা
  • টুইটযোগে এই কথা সদৰী কৰে সাংসদ আব্দুল খালেকে
  • ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.