ETV Bharat / bharat

Daily Horoscope for 17th April: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Apr 17, 2022, 5:51 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-17th-april
Daily Horoscope for 17th April: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ শান্ত হৈ থাকিব ৷ নতুন পৰিকল্পনা হাতত নল’ব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজে নিৰুৎসাহী হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷

মিথুন ৰাশি: কোনো বিষয়ে চিন্তিত কৰিব তুলিব পাৰে ৷ পেটৰ ৰোগত ভুগিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল ৷ ব্যৱসায়ত সফল হʼব ৷

কৰ্কট ৰাশি: সতৰ্কতা অৱলম্বন কৰিব ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশাত ভুগিব পাৰে ৷

সিংহ ৰাশি: শুভ দিন ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷

কন্যা ৰাশি: শুভ দিন ৷ স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত ভাল ৷

তুলা ৰাশি: লক্ষ্যত সফল হʼব ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত ভাল ৷ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷

বৃশ্চিক ৰাশি: খৰচ বৃদ্ধি ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ স্বাস্থ্য ভালে নাযাব ৷ পৰিয়াল বা প্ৰিয় সংগীৰ লগত ভুল বুজাবুজি হ’ব পাৰে ৷ সাৱধানে থাকক অন্যথা বিপদত পৰিব পাৰে ৷

ধনু ৰাশি: পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ বিবাহিতৰ বাবে ভাল দিন ৷ দিনটো আনন্দময় হʼব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মকৰ ৰাশি: দিনটো কঠিন হʼব ৷ কর্মত শান্ত হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিবলগীয়া হ’ব ৷ লক্ষ্যত সফল হʼব ৷ আবেলিলৈ প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷

কুম্ভ ৰাশি: দিন প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ সতৰ্ক হৈ থাকিব ৷

মীন ৰাশি: লক্ষ্যত সফল হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.