ETV Bharat / bharat

ৰে'ল বিভাগক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ নকৰেঃ পীয়ুষ গোৱেলৰ ঘোষণা

author img

By

Published : Jul 10, 2019, 8:27 PM IST

ৰেল বিভাগ ব্যক্তিগতকৰণ কৰা কোনো প্ৰস্তাব নাই: পিয়ুষ গোয়েল

ৰে'ল মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত 4.16 লাখ লোকক নিযুক্তি দিয়া হৈছিল আৰু এই বছৰ 2.98 লাখ পদ 2019 চনৰ জুনৰ 1 তাৰিখলৈ খালী হৈ আছিল ৷ এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

নিউজ ডেস্ক, 10 জুলাই: লোকসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুুষ গোয়েলে কয় যে ৰে'ল বিভাগত ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ কোনো প্ৰস্তাব নাই ৷ দুখন ৰে'ল ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াকলৈ কৰা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে ৷ 100 দিনৰ একচন প্লেনৰ আধাৰত তেজস এক্সপ্ৰেছক ব্যক্তিগত সংস্থাক গতাই দিয়া হৈছিল ৷ Public Private Partnership model (PPP) অৱলম্বন কৰাক লৈ ইতিমধ্যে বহু বিৰোধিতাৰ সন্মুখীন হৈ আহিছিল বিভাগটো ৷

ৰেল বিভাগ ব্যক্তিগতকৰণ কৰা কোনো প্ৰস্তাব নাই: পিয়ুষ গোয়েল

ইয়াৰ উপৰি ৰে'ল মন্ত্ৰীগৰাকীয়ে কয় যে বিগত দশকত 4.16 লাখ লোকক নিযুক্তি দিয়া হৈছিল আৰু এই বছৰ 2.98 লাখ পদ 2019 চনৰ জুনৰ 1 তাৰিখলৈ খালী হৈ আছিল ৷ এই পদসমূহত শীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

Intro:New Delhi: In a response to a question on the issue of privatization of Railways, in Lok Sabha, the Union Minister of Railways, Piyush Goyal informed that there is no proposal to privatise Indian Railways.

The response came against the backdrop of a proposal of national transporter to give two trains to the private operators.


Body:As the sources have suggested that going ahead with it's 100 days Action Plan, Railways have identified New Delhi-Lucknow Tejas Express to be handed over to the private players. However, in a written reply, Railway Minister Piyush Goyal said, "no specific passenger train has been identified to be run by private players so far."

Over the proposal of adopting Public Private Partnership model (PPP) for railways, the government has faced a strong protest from the Railway Union as well as from the various political parties in the Parliament, who raised their concerns over issue of unemployment which will be caused by privatisation of Railways.

In a separate reply in Lok Sabha, Railway Minister informed that more that 4.61 lakh people were recruited in Railways over the last decade and more than 2.98 lakh positions were vacant at Railways as on June 1, this year. He also said that the recruitment process is going on for over 2.98 lakh employees.


Conclusion:"The number of employees were 16,54,985 in 1191 ajdb12,48,101 in 2019. However, this has not affected the service of Railways," Goyal said in a written reply.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.