ETV Bharat / bharat

বুদগাম এনকাউন্টাৰ : নিহত সন্ত্ৰাসবাদী, আহত সেনা জোৱান

author img

By

Published : Sep 22, 2020, 9:53 AM IST

Updated : Sep 22, 2020, 12:03 PM IST

জম্মু-কাশ্মীৰৰ বুদগামত এনকাউন্টাৰ ৷ মৃত এক অচিনাক্ত সন্ত্ৰাসবাদী ৷ আহত সেনা জোৱান ৷

নিহত এক সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰত এনকাউন্টাৰ

নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ বুদগামৰ চহৰ-ই-শ্বৰিফ অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ এনকাউন্টাৰত নিহত হয় এক সন্ত্ৰাসবাদী ৷ সোমবাৰৰ বিয়লি ভাগৰ আৰম্ভ হয় দুই পক্ষৰ মাজত এই গুলীয়াগুলিৰ ঘটনা ৷

এই সম্পৰ্কত কাশ্মীৰৰ আৰক্ষীয়ে টুইটাৰৰ জৰিয়তে কয়, "এনকাউন্টাৰত এক অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছে ৷ অভিযান অব্যাহত আছে ৷ ঘটনা সম্পৰ্কত অধিক তথ্য প্ৰদান কৰা হ'ব ৷"

শেহতীয়া তথ্য অনুসৰি এনকাউন্টাৰৰ ফলত এজন সেনা বাহিনীৰ লোক আঘাতপ্ৰাপ্ত হৈছে ৷

লগতে পঢ়ক : থানেৰ ভিৱাণ্ডীত মৃতকৰ সংখ্যা 18 লৈ বৃদ্ধি

Last Updated :Sep 22, 2020, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.