ETV Bharat / bharat

তেলেংগানাৰ "মিছন ভাগীৰথা" বনাম কেন্দ্ৰীয় চৰকাৰৰ "হৰ ঘৰ জল যোজনা"

author img

By

Published : Jul 6, 2019, 2:11 PM IST

মোডী 2.0ৰ প্ৰথমখন বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে ৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা "হৰ ঘৰ জল যোজনা" আঁচনি তেলেংগানা চৰকাৰৰ "মিছন ভাগীৰথা" আঁচনিৰে কেন্দ্ৰীয় ৰূপান্তৰকৰণ বুলি টুইটাৰত টুইট কৰিছে ৰাওৱে ৷

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাও

নিউজ ডেস্ক, 6 জুনঃ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ সাধাৰণ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীমাৰমণে দাখিল কৰা বাজেটক লৈ দলটোৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে টুইটাৰত টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

  • Last year Telangana’s “Rythu Bandhu” inspired Govt of India to launch ‘PM Kisan’

    Now it’s Telangana’s “Mission Bhagiratha” that inspired Govt of India to launch ‘Har Ghar Jal Yojana’

    మొన్న రైతుబంధు, నేడు మిషన్ భగీరథ

    తెలంగాణ ఆదర్శంగా కేంద్ర ప్రథకాలు

    దేశానికే కేసీఆర్ దిక్సూచి👍

    — KTR (@KTRTRS) July 5, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

তেলেংগানা চৰকাৰৰ এখন বহুলাসী পানীযোগান আঁচনি "মিছন ভাগীৰথা"ৰ দ্বাৰা এইবাৰৰ বাজেটত ঘোষণা কৰা হৈছে "হৰ ঘৰ জল যোজনা" আঁচনি ৷ বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা "প্ৰধানমন্ত্ৰী কিষান যোজনা" আঁচনিও তেলেংগানা চৰকাৰৰ "ৰাইথু বন্ধু" আঁচনিৰ দ্বাৰাই অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা হৈছিল বুলি টুইট কৰে দলটোৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে ৷

Intro:Body:

মোডী 2.0ৰ প্ৰথমখন বাজেটত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে ৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা "হৰ ঘৰ জল যোজনা" আঁচনি তেলেংগানা চৰকাৰৰ "মিছন ভাগীৰথা" আঁচনিৰে কেন্দ্ৰীয় ৰূপান্তৰকৰণ বুলি টুইটাৰত টুইট কৰিছে ৰাওৱে ৷ 



নিউজ ডেস্ক, 6 জুনঃ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ সাধাৰণ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীমাৰমণে দাখিল কৰা বাজেটক লৈ দলটোৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে টুইটাৰত টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ 



তেলেংগানা চৰকাৰৰ এখন বহুলাসী পানীযোগান আঁচনি "মিছন ভাগীৰথা"ৰ দ্বাৰা এইবাৰৰ বাজেটত ঘোষণা কৰা হৈছে "হৰ ঘৰ জল যোজনা" আঁচনি ৷ বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা "প্ৰধানমন্ত্ৰী কিষান যোজনা" আঁচনিও তেলেংগানা চৰকাৰৰ "ৰাইথু বন্ধু" আঁচনিৰ দ্বাৰাই অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা হৈছিল বুলি টুইট কৰে দলটোৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওৱে ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.