ETV Bharat / bharat

কেদাৰনাথ ধামৰ তুষাৰপাত দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ

author img

By

Published : Nov 16, 2020, 4:37 PM IST

সোমবাৰে বিয়লি ৪ বজালৈ শীতৰ প্ৰকোপৰ বাবেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে বাবা কেদাৰনাথ ভ্ৰমণ কৰে ।

CM Trivendra and Yogi Adityanath visited Kedarnath amid snowfall
কেদাৰনাথ ধামৰ তুষাৰপাত দৰ্শন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটৰ

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ : প্ৰচণ্ড শীতৰ বাবেই বন্ধ কৰা হ'ব বিখ্যাত কেদাৰনাথ ধামৰ দুৱাৰ । দেওবাৰে নিশা কেদাৰনাথ ধামত পাতলীয়ালৈ তৃষাৰ পৰা পৰিলক্ষিত হয় ৷ এই তুযাৰ সোমবাৰৰ পুৱাৰ ভাগলৈ অব্যাহত থাকে ৷ এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে কেদাৰনাথ ধামৰ দুৱাৰ বন্ধৰ সাক্ষী হৈ ৰ’ব ৷ উল্লেখ্য যে,মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটে ইতিমধ্যে কেদাৰনাথ দৰ্শন কৰিছে ৷ কেদাৰনাথৰ পুনঃনিৰ্মাণ সন্দৰ্ভতো বাৰ্তালাপ কৰিছে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৷

CM Trivendra and Yogi Adityanath visited Kedarnath amid snowfall
কেদাৰনাথত তুষাৰপাত

লগতে পঢ়ক : অশ্ৰুসিক্ত নয়নেৰে বিদায় শ্বহীদ সুবোধ ঘোষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.