ETV Bharat / bharat

PLA cader arrested: মণিপুৰত আছাম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ পি এল এ কেডাৰ

author img

By

Published : Nov 30, 2022, 11:41 AM IST

PLA cader arrested
PLA cader arrested

মণিপুৰত আটক এজন সক্ৰিয় পিএলএ কেডাৰ (PLA cader arrested) ৷ আছাম ৰাইফলছৰ 21 ছেক্টৰ মুখ্য কাৰ্যালয় শ্ৰীকোনা বেটেলিয়নৰ নেতৃত্বত মণিপুৰ কমাণ্ডোৰ সৈতে চলোৱা যৌথ অভিযানত আটক হয় কেডাৰজন ৷

  • মণিপুৰ কমাণ্ডো আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত আটক এজন সক্ৰিয় পিএলএ কেডাৰ (PLA cader arrested)
  • আছাম ৰাইফলছৰ 21 ছেক্টৰ মুখ্য কাৰ্যালয় শ্ৰীকোনা বেটেলিয়নৰ নেতৃত্বত মণিপুৰ কমাণ্ডোৰ সৈতে যৌথ অভিযান চলাই অসম আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলত (Assam rifles arrested PLA cader)
  • নিৰীহ যুৱকক বিপথে পৰিচালিত কৰি উগ্ৰপন্থী সংগঠনত নিযুক্তি দিয়াৰ কামত জড়িত পিএলএ গোটৰ এজন সক্ৰিয় কেডাৰ আটক হয় এই অভিযানত (Operation against militant)
  • 2016 চনত 332 নং পিএলএ বাহিনীৰ অধীনত ম্যানমাৰৰ টেইটি লংমাক ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ লৈছিল উগ্ৰপন্থী কেডাৰজনে
  • পিএলএৰ 252 বেটেলিয়নত পদবী লাভ কৰি 2017 চনত লেন্স কৰ্পৰেল পদবীলৈ পদোন্নতি লাভ কৰে কেডাৰজনে
  • তেওঁ আন 5 গৰাকী কেডাৰৰ সৈতে 2018 চনত ভাৰত ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিছিল
  • তেওঁ কেইমাহমান মুম্বাইত থাকি Covid-19 ৰ বাবে জিৰিবামলৈ উভতি আহিছিল
  • গুৱাহাটীৰ সেনা চাউনীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰিয়াৰে কেডাৰজনক আটক কৰাৰ কথা জনায় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.