ডুমডুমাত চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন সাংসদ প্ৰদান বৰুৱাৰ - Doom Dooma development works

🎬 Watch Now: Feature Video

thumbnail
উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন (undefined)

By ETV Bharat Assamese Team

Published : March 7, 2024 at 9:52 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৭ মাৰ্চ : বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে সাংসদ প্ৰদান বৰুৱাই ৷ ডুমডুমা নগৰত এখন উদ্যান, জাৱৰ নিষ্কাশন প্ৰকল্প, ডুমডুমা নগৰলৈ আদৰণি তোৰণ আৰু গান্ধী মূৰ্তিৰ সমীপত ক্লক টাৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে ৷

অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু ডুমডুমা পৌৰসভাৰ সৌজ্যনত নিৰ্মাণ হ’ব প্ৰকল্পসমূহ ৷ প্ৰায় ৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আধাৰশিলা অনুষ্ঠানত সাংসদগৰাকীৰ সৈতে ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাসহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ ইফালে, উক্ত অনুষ্ঠানতেই নিৰ্বাচন সম্পৰ্কত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷ লগতে, ‘কা আমিয়েই আনিছো, ইয়াৰ ওপৰত ক’বলৈ একো নাই’ বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : সন্মুখত লোকসভা নিৰ্বাচন: অসমত এতিয়া জোৰদাৰ গতিত আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details