অসম

assam

অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় দিয়াৰ প্ৰস্তুতি পূজা মণ্ডপত

By

Published : Oct 5, 2022, 1:42 PM IST

শনিবাৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাবলৈ সাজু হৈছে দেশ তথা ৰাজ্যবাসীয়ে (Maha Dashami 2022 in Assam) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰ বাঙালী সন্মিলনী পূজা মণ্ডপতো দেৱীক বিদায় দিবলৈ সাজু হৈছে পূজা সমিতি (Vijaya dashami celebretes in Nagaon) ৷ কান্ধত উঠাই বিসৰ্জনৰ বাবে লৈ যোৱা হ'ব প্ৰতিমা(Durga Puja 2022) ।

ABOUT THE AUTHOR

...view details