অসম

assam

ৰাজপথৰ পৰা উফৰি খেলপথাৰত পৰিল চলন্ত মাৰুতি ভান

By

Published : Sep 20, 2022, 2:32 PM IST

কাছাৰৰ আইৰংমাৰাত মঙলবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident at Cachar) ৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন চলন্ত মাৰুতি ভেন পথৰ পৰা বাগৰি পৰে খেলপথাৰত ৷ খেলপথাৰত খেল চলি থকাৰ সময়ত পথ পৰা উফৰি গৈ প্ৰায় ২০ ফুট তলত এখন খেলপথাৰত বাগৰি পৰে মাৰুতি ভেনখন ৷ পাছত খেলপথাৰত উপস্থিত খেলুৱৈসকলে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইপিনে ভয়ংকৰ এই দুৰ্ঘটনাৰ সময়ত খেল চাবলৈ আহা এক দৰ্শকৰ মোবাইল ফোনত বন্দী হয় দুৰ্ঘটনাৰ দৃশ্য ৷

ABOUT THE AUTHOR

...view details