অসম

assam

খাৰুপেটীয়া আৰক্ষীৰ জালত তিনি গৰুচোৰ

By

Published : Apr 29, 2022, 5:33 PM IST

অসমত এতিয়াও সক্ৰিয় হৈ আছে আন্তৰ্জাতিক গৰু-ম'হ চুৰি চক্ৰ (Illegal Cattle Smuggling in Assam) ৷ শেহতীয়াকৈ খাৰুপেটীয়া আৰক্ষীয়ে তালাচী চলাই দমৰা গৰু ভৰ্তি বাহনসহ ( Cattle seized at Kharupetia) তিনিজন গৰুচোৰক আটক কৰে (Kharupetia Police arrest cattle thieves) ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱতি নিশা দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায় আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক অচ্যুত দত্তই এক গোপন খবৰৰ ভিত্তিত নাকা তালাচী চলাই পশ্চিম বাহাবাৰী গাঁৱত নাকা তালাচী চলাই AS 25DC 4325 নম্বৰৰ এখন দমৰা গৰুভৰ্তি বাহনসহ ছেলিম উদ্দিন, আলফাজ উদ্দিন আৰু কুব্বাত আলী নামৰ তিনিটা গৰুচোৰক আটক কৰে ৷

ABOUT THE AUTHOR

...view details