অসম

assam

প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সৈতে হঠাৎ বৈঠক সৰ্বানন্দ সোণোৱালৰ

By

Published : Sep 25, 2022, 8:45 PM IST

শনিবাৰে নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Central Minister Sarbananda Sonowal in Nalbari) । প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ (Ex MLA Ashok Sharma) ঘৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালৰ আগমনত উৎফুল্লিত দলীয় নেতা-কৰ্মীসকল । বাতৰি যুগুত কৰা পৰলৈকে, প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বাসগৃহত এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

ABOUT THE AUTHOR

...view details