অসম

assam

মৰিগাঁৱত চোৰাংভাৱে সৰবৰাহ কৰা গৰু জব্দ

By

Published : Sep 26, 2022, 10:10 PM IST

পুনৰ ৰাজ্যখনত বৃদ্ধি পাইছে গৰুৰ চোৰাং সৰবৰাহ । চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ সন্দৰ্ভত মৰিগাঁৱৰ ভেলৌগুৰি থানাৰ আৰক্ষীয়ে বৰছাপৰি ফেৰী ঘাটত চলাই অভিযান ৷ দেওবাৰে নিশাৰ ভাগত চলোৱা এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ২৭ টা চোৰাংভাৱে সৰবৰাহ কৰা গৰু (Cattle seized in Morigaon) ৷ অৱশ্যে এই সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details