অসম

assam

অগণন ভক্তই ভিৰ কৰিলে মা কল্যাণী দেৱালয়

By

Published : Oct 13, 2021, 4:06 PM IST

মহা অষ্টমীৰ উপলক্ষে গহপুৰৰ ডিপৰাস্থিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত অগণন ভক্তৰ ভিৰ ৷ পৰম্পৰা অনুসৰি মহা অষ্টমীত শক্তিপীঠত ম'হ, হাঁহ, পাৰ আদি বলি দিয়া হয় ৷ মা কল্যাণী দেৱালয়ৰ পৰা সংবাদদাতা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details