অসম

assam

অসম চৰকাৰে সংখ্যালঘু লোকক বাছি বাছি হত্যা কৰিছে : গুলজাৰ হুছেইন পৰামানিক

By

Published : Sep 23, 2021, 10:01 PM IST

দৰং জিলাৰ চিপাঝাৰ ধলপুৰ উচ্ছেদ কাণ্ডৰ প্ৰতিক্ৰীয়া প্ৰকাশ আমছুৰ সাংগঠনিক সম্পাদক গুলজাৰ হুচেইন পৰামানিকৰ । সাংগঠনিক সম্পাদক জনে কয় যে, অসম চৰকাৰে সংখ্যালঘু লোকক বাছি বাছি হত্যা কৰি আছে । এজন লোকে বাঁহৰ টুকুৰা লৈ আগবাঢ়ি আহিছে তেওঁক গুলীয়াই আৰক্ষীয়ে হত্যা কৰিলে আৰু মৃতদেহৰ ওপৰত জপিয়ালে । মানৱাধিকাৰ উলংঘা কৰা হৈছে । লগতে তেওঁ কয়, মু্খ্যমন্ত্ৰীৰ ভাতৃ আৰক্ষী অধীক্ষক হোৱাৰ বাবেই নেকি ইমান ক্ষমতা দিলে যে, মানুহক গুলিয়াই হত্যা কৰিব ৷

ABOUT THE AUTHOR

...view details