অসম

assam

সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো উদযাপন কৰে 75 সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2021, 5:36 PM IST

সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো75 সংখ্যক স্বাধীনতা দিৱস উদযাপন । ক'ভিড প্ৰটকল মানি গোৱালপাৰা জে টি এছ খেলপথাৰত অনুষ্টুপীয়াকৈ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা 9 বজাত পতাকা উত্তোলন কৰে গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে । অসম আৰক্ষী, 152 চি আৰ পি এফ আৰু ছাত্ৰ-ছাত্ৰী সকলে মার্চপাষ্ট, কুকুৰৰ কুচকাৱাজ আৰু বাৰেবৰণীয়া কাৰ্যসূচী প্ৰদৰ্শন কৰে ।

ABOUT THE AUTHOR

...view details