অসম

assam

খেতিয়কৰ ৰূপত মহেন্দ্ৰ সিং ধোনী

By

Published : Feb 27, 2020, 3:20 PM IST

মহেন্দ্ৰ সিং ধোনীৰ নতুন ৰূপ ৷ ক্ৰিকেটৰ খেলপথাৰত নহয় এইবাৰ ধোনীক দেখা গ’ল খেতি-পথাৰত ৷ খেতি কৰাৰ পূৰ্বে পূজা-অৰ্চনা কৰাৰ লগতে নাৰিকল ভঙা দেখা পোৱা গৈছে ধোনীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৷ ধোনীয়ে জৈৱিক খেতিৰ আৰম্ভণি কৰা এটা ভিডিঅ’ ফেচবুক পেজত এটা প’ষ্ট শ্বেয়াৰ কৰে ৷ ৰাঁচীত ধোনীয়ে 20 টা দিনত তৰমুজ আৰু অমিতাৰ জৈৱিক খেতিৰ আৰম্ভণি কৰিছে ৷

ABOUT THE AUTHOR

...view details