লাহোৱালৰ তেলীয়াপতিত অইলৰ গেছ পৰিবাহী পাইপত বিস্ফোৰণ - Oil Pipe Burst In Lahowal - OIL PIPE BURST

🎬 Watch Now: Feature Video

thumbnail
অইলৰ গেছ পৰিবাহী পাইপত বিস্ফোৰণ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 9:45 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ৪ জুন: ডিব্ৰুগড় জিলাৰ লাহোৱালৰ তেলীয়াপতিত মঙলবাৰে অইলৰ পাইপত বিস্ফোৰণ । পাইপ ফুটি গেছ নিৰ্গমণ হোৱাৰ লগতে প্ৰচণ্ড শব্দৰ সৃষ্টি হয় । এইদৰে পাইপত বিস্ফোৰণ ঘটাত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰে । দুলীয়াজান আৰু ডিব্ৰুগড়লৈ যোৱা পথৰ কাষত সংঘটিত হয় দুৰ্ঘটনাটো । পিচত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণৰ বাবে চেষ্টা চলায় ।

অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি এই পথটোৰ নিৰ্মাণৰ কাম কৰিছিল এটা ঠিকাদাৰী প্ৰতিষ্ঠানে । কিন্তু অইলৰ গেছ পৰিবাহী পাইপ থকা স্থানত এক্সকেভেটৰৰে কাম কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে । গেছ নিৰ্গমণ বন্ধ কৰিব নোৱাৰিলে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে । 

লগতে পঢ়ক:ONGC Oil Pipe Burst In Amguri:তেলৰ পাইপ ফুটি নিৰ্গমন হৈছে তেল, চিন্তিত সাধাৰণ জনতা

Oil Pipe Leaked In Amguri: আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details