অসম

assam

Truck loaded with timber seized: মাকুমত জব্দ অবৈধভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক

By

Published : Dec 10, 2022, 9:24 AM IST

Illegally smuggled timber trucks seized in Makum Tinsukia

মাকুমত জব্দ অবৈধভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক ৷ শুকুৰবাৰে নিশা মাকুম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছে কাঠ ভৰ্তি ট্ৰাকখন ৷ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও পলায়ন কৰিলে চালক আৰু হেণ্ডিমেনে ৷

  • মাকুমত জব্দ অবৈধভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক(Truck loaded with timber seized)
  • শুকুৰবাৰে নিশা মাকুম আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হৈছে কাঠ ভৰ্তি ট্ৰাকখন
  • আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও পলায়ন কৰিলে চালক আৰু হেণ্ডিমেনে
  • জব্দকৃত ১২ চকীয়া কাঠভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে AS23 BC 8278
  • ইতিমধ্যে কাঠসহ ট্ৰাকখন মাকুম থানাত ৰখাৰ লগতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
  • বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ কৰ্তব্যত গাফিলতিৰ বাবেই অবৈধভাৱে কাঠ সৰবৰাহৰ অভিযোগ
  • লগতে বিভাগটোৰ গাফিলতিৰ বাবেই তিনিচুকীয়াত অবৈধভাৱে মাটি, কয়লা আৰু কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ

ABOUT THE AUTHOR

...view details