অসম

assam

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা

By

Published : Sep 27, 2022, 5:25 PM IST

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা
পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা । ৰাজগড়স্থিত EDৰ কাৰ্যলয়ত জেৰা মেচক (ED interrogates Prithviraj Narayan Dev)।

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: তৃতীয় বড়ো শান্তি চুক্তিৰ মাধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক EDৰ জেৰা (ED interrogates Prithviraj Narayan Dev)। ৰাজগড়স্থিত EDৰ কাৰ্যলয়ত জেৰা মেচক । মঙলবাৰে ১২.৩০ বজাত EDৰ কাৰ্যালয়ত হাজিৰ হয় পৃথ্বীৰাজ নাৰায়ণ (Enforcement directorate office Guwahati)।

উল্লেখ্য যে, নাৰয়ণ UPPL ৰ নিলম্বিত সাধাৰণ সম্পাদক (Rajkumar Prithviraj Narayan Dev Mech)। NDFB আৰু চৰকাৰৰ আলোচনাত(Peace talk with NDFB) মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা বুলিও দাবী কৰে মেচে । বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ বড়োমূলৰ যদিও নিজকে ৰাজপৰিয়াৰ বংশধৰ বুলি দাবী কৰে ।

অৱশ্যে কি অভিযোগত EDয়ে পৃথ্বীৰাজক জেৰা চলাইছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:Operation against PFI : দেশজুৰি দ্বিতীয় পৰ্যায়ৰ অভিযান, অসমত গ্ৰেপ্তাৰ ২৫

ABOUT THE AUTHOR

...view details