অসম

assam

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বিগ বিৰ 51 লাখ

By

Published : Jul 23, 2019, 7:16 PM IST

বান বিধ্বস্ত অসমৰ ৰাইজৰ বাবে ওলাই আহিছে ইজনৰ পাচত সিজন চুপাৰষ্টাৰ ৷ এইবাৰ বলীউডৰ বিগ বি অমিতাভ বচ্চনে প্ৰেৰণ কৰিলে 51 লাখ টকা ৷

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ বিগ বিৰ 51 লাখ

  • অসমৰ বান সাহাৰ্যৰ বাবে বিগ বিৰ 51 লাখ
  • মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ মেগাষ্টাৰ অমিতাভ বচ্চনে আগবঢ়ালে 51 লাখ
  • RTGS ৰ দ্বাৰা প্ৰেৰণ কৰিলে ধন
  • অসমবাসীৰ হৈ অমিতাভ বচ্চনক ধন্যবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details