অসম

assam

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা

By

Published : Jun 24, 2019, 6:43 PM IST

সাংস্কৃতিক ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে নীৰদা দাসক প্ৰদান কৰা হয় এই বঁটা ৷

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা

গোলাঘাট, 24 জুন : গোলাঘাট জিলা বিহু সুৰক্ষা সমিতি অসমৰ ৰাজ্যিক পৰ্যায়ৰ চেনীমাই দাস বঁটা প্ৰদান । গোলাঘাট বিহু সুৰক্ষা সমিতিৰ সদস্যা নীৰদা বৰাক প্ৰদান কৰা হয় 2019 বৰ্ষৰ চেনীমাই দাস বঁটা ৷

এসময়ৰ লতাশিল খেলপথাৰৰ বিহু কুঁৱৰী, ভ্ৰাম্যমাণত অভিনয় বিভিন্ন কথাছবিত অভিনয় কৰা ,সাংস্কৃতিক ক্ষেত্ৰত যোগান ধৰি অহা অৰিহণাৰ বাবে নীৰদা দাসক প্ৰদান কৰা হয় এই বঁটা ৷ গোলাঘাট 2 নং শিয়ালাখাটীত গোলাঘাট জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক আৰু সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা

ABOUT THE AUTHOR

...view details