অসম

assam

Charaideo police raid against Drugs: চৰাইদেউত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ

By

Published : Dec 2, 2022, 7:42 AM IST

Drugs seized in Charaideo
চৰাইদেউত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ

চৰাইদেউ আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ সোণাৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ কৱৰস্থানপট্টিৰ বাসিন্দা আচিবুৰ ৰহমানৰ বাসগৃহত চলে এই অভিযান ৷ অভিযানকালত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ ৷

  • চৰাইদেউ আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান
  • সোণাৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ কৱৰস্থানপট্টিৰ বাসিন্দা আচিবুৰ ৰহমান বাসগৃহত চলে এই অভিযান
  • অভিযানকালত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ
  • আৰক্ষীৰ অভিযানৰ উমান পায় পলায়ন কৰে ড্ৰাগছ সৰবৰাহকাৰী আচিবুৰ ৰহমান
  • পিতৃ মুজিবুৰ ৰহমান আৰু আচিবুৰৰ পত্নী চবনম বেগমক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested)
  • অভিযোগ অনুসৰি এটি দহ বছৰীয়া কিশোৰৰ জৰিয়তে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ চলাই আহিছিল পৰিয়ালটোৱে

ABOUT THE AUTHOR

...view details