স্পৰ্টছ ডেস্ক, 25 এপ্ৰিলঃআই টি টি এফ বিশ্বচেম্পিয়নৰ পৰা ভাৰত লৈ দু:খবৰ ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’ল ভাৰতীয় তাৰকা টেবুল ছেনিছ খেলুৱৈ জী ছাথিয়ান ৷
আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ জী ছাথিয়ান
আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপত অন্ত পৰিল ভাৰতৰ প্ৰত্যাহ্বান ৷ ব্ৰাজিলৰ খেলুৱৈৰ হাতত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ ভাৰতৰ টেবুল টেনিছ খেলুৱৈ জী ছাথিয়ান ৷
আই টি টি এফ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ জী ছাথিয়ান
আৰু পঢ়ক : তেজপুৰত মুকলি আইপিএল ভিভ' ফেন পাৰ্ক
হোগ’ কালডেৰানোৰ হাতত 11-6, 11-3, 11-9, 11-9 ব্যৱধানত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় ভাৰতীয় খেলুৱৈগৰাকী ৷ এই পৰাজয়ৰ লগে লগে এই প্ৰতিযোগিতাত অন্ত পৰে ভাৰতৰ প্ৰত্যাহ্বান ৷
Intro:Body:
Conclusion:
SPORTS
Conclusion: