অসম

assam

চাওতে চাওতে বহাগৰ বিহু পালেহিঃ আখৰাত ব্যস্ত নাচনী

By

Published : Mar 13, 2020, 8:29 AM IST

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা মাহ ৷ এটা মাহৰ পূৰ্বেই ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ৷ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা ৷ ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ হাতীমৰা অঞ্চলত সোণোৱাল সকলৰ পৰম্পৰাগত বিহুনৃত্য,বিহুনামৰ আখৰাত ব্যস্ত বোৱাৰীৰ দল ৷ আহক চাও বিহুৰ আখৰা বিশেষ এই প্ৰতিবেদন .....

sonowal kachari bihu dance preparation at Dibrugarh
বিহুৰ আখৰাত ব্যস্ত ডিব্ৰুগড়ৰ বোৱাৰীৰ এটা দল

ডিব্ৰুগড়,13 মাৰ্চঃঅসমীয়াৰ আৱেগ বিজড়িত বহাগৰ বিহুটিক আদৰিবলৈ প্ৰস্তুতি চলি আছে এমাহৰ আগৰ পৰাই ৷ ৰাজ্যৰ ঠায়ে ঠায়ে চলি আছে বিহুৰ আখৰা। অসমৰ ঠায়ে ঠায়ে ডেকা গাভৰু সেয়ে ব্যস্ত হুঁচৰিৰ আখৰাত । বাদ পৰা নাই বোৱাৰী সকলো। ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ হাতীমৰা অঞ্চলত সোণোৱাল সকলৰ বিহুনৃত্য,বিহুনামৰ আখৰাক লৈ ব্যাপক ব্যস্ততা এদল বোৱাৰীৰ ৷

বিহুৰ আখৰাত ব্যস্ত ডিব্ৰুগড়ৰ বোৱাৰীৰ এটা দল

ABOUT THE AUTHOR

...view details