অসম

assam

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া

By

Published : Jun 10, 2020, 10:41 PM IST

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া ।

বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া
বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া

গুৱাহাটী, 10 জুন : বাঘজানৰ ভয়ংকৰ ঘটনাৰ পাছতে নিলম্বন অইলৰ দুই বিষয়া । বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেৰে এই কথা ঘোষণা কৰে অইল ইণ্ডিয়া লিমিটেডে ।

অইলে জাৰী কৰা বিজ্ঞপ্তিটো

উল্লেখযোগ্য যে মঙলবাৰে হোৱা অগ্নিকাণ্ডৰ ফলত বাঘজান অঞ্চলৰ বহু ঘৰ বাৰী ধ্বংস হোৱাৰ ওপৰিও অইলৰ দুই বিষয়া নিহত হৈছিল । আনহাতে বৰ্তমান কিছু পৰিমাণে অগ্নিৰ প্ৰকোপ কমিছে যদিও কমা নাই বিভীষিকা ।

লগতে পঢ়কঃবাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

TAGGED:

ABOUT THE AUTHOR

...view details