অসম

assam

BREAKING NEWS: জম্মু-কাশ্মীৰত প্ৰচণ্ড গুলীয়াগুলী

By

Published : Sep 30, 2022, 7:25 AM IST

encounter-starts-at-yedipora-pattan

শুকুৰবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰত দুটাকৈ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এটা বাৰামুলাৰ পাট্টন অঞ্চলৰ য়েদিপোৰাত আৰু আনটো শ্বপিয়ান জিলাৰ চিত্ৰাগাম অঞ্চলত (Encounter starts at Yedipora) ৷

  • জম্মু-কাশ্মীৰত পুনৰ গুলীয়াগুলীৰ ঘটনা
  • শুকুৰবাৰে পুৱতি নিশা বাৰামুলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখী সংঘৰ্ষ (Encounter between terrorists and security forces)
  • বাৰামুলাৰ পাট্টন অঞ্চলৰ য়েদিপোৰাত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা (Encounter starts at Yedipora)
  • ইফালে শ্বপিয়ান জিলাৰ চিত্ৰাগাম অঞ্চলতো সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হয় মুখামুখী সংঘৰ্ষ
  • উল্লেখ্য যে, জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈতে ভাৰতীয় সেনাই চলোৱা অভিযানত কুলগাম জিলাত দুই সন্ত্ৰাসবাদী নিহত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Two terrorists killed in Avhotu village)

ABOUT THE AUTHOR

...view details