স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বোকাখাতত মহিলাৰ ফুটবল খেল

By

Published : Aug 14, 2022, 1:33 PM IST

thumbnail

স্বাধীনতাৰ অমৃত মহোৎসৱৰ(Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি বোকাখাতত 'খেল' বোকাখাত' কাৰ্যসূচী ৰূপায়ণ (Khelo Bokakhat programme in Bokakhat) । উক্ত কাৰ্যসূচী অনুসৰি বোকাখাত মহকুমা আৰু জে. ডি.এছ.জি মহাবিদ্যালয়ৰ খেলপথাৰত আমন্ত্ৰন মূলক প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুস্থিত হয় (women football game in bokakhat)। যোৰহাট জিলা মহিলা ফুটবল দল আৰু বোকাখাত জিলা মহিলা ফুটবল দলৰ মাজত অনুস্থিত খেলখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই । আনহাতে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত  অসম চৰকাৰৰ ক্ৰীড়া সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সমষ্টিটোৰ কুৰিটা ক্লাৱক খেলৰ সামগ্ৰী বিতৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.