লখিমপুৰত উছাহ ভৰা পৰিৱেশত ভোটাৰৰ ভোট দান

By

Published : Mar 27, 2021, 12:48 PM IST

thumbnail

লখিমপুৰত পুৱাৰে পৰা উছাহ ভৰা পৰিৱেশত ভোটদান কৰিবলৈ ওলাই আহে ভোটাৰসকল । জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিৰ ৭ লাখ ৬৭ হেজাৰ ১৪৪ জন ভোটাৰে নিৰ্ণয় কৰিব ৩২ জন প্ৰাৰ্থীৰ ভাগ্য। জিলাখনৰ ১২০৯ টা কেন্দ্ৰত চলিছে ভোট গ্ৰহণ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.