হাতত ধনু-কাঁড় লৈ কোন এওঁলোক !

By

Published : Apr 29, 2022, 7:31 PM IST

thumbnail

আমগুৰিত হাতে হাতে ধনু-কাঁড় লৈ এজাক কিশোৰ-কিশোৰী । আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ গঢ়াৰ প্ৰয়াস আমগুৰি আৰ্চাৰী প্রশিক্ষণ কেন্দ্রৰ ৷ সেয়ে আমগুৰি জ্ঞান বিকাশ বিদ্যাপীঠৰ খেলপথাৰত আয়োজন কৰা হয় ১০ দিনীয়া আৰ্চাৰী(ধনুৰ্বিদ্যা) প্ৰশিক্ষণ শিৱিৰ (Archery coaching camp organize by Amguri archery association) ৷ উল্লেখ্য যে, ঝাৰখণ্ডৰ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ লগতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা অৰ্জুন বঁটা প্ৰাপ্ত ঝাৰখণ্ডৰ মংগল সিং নামৰ প্ৰশিক্ষকগৰাকীৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন জিলাৰ অৰ্ধ শতাধিক খেলুৱৈক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ গ্ৰামাঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গঢ়াৰ উদ্দেশ্যই আমগুৰি আৰ্চাৰী কেন্দ্ৰই গ্ৰহণ কৰিছে এই পদক্ষেপ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.