নগাঁৱত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ

By

Published : Oct 10, 2022, 1:47 PM IST

thumbnail

নগাঁৱত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ নগাঁৱত দুৰ্ঘটনাত পতিত চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক (Smuggled cattle seized in Nagaon) । চামগুৰিৰ পৰা মেঘালয়লৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছিল গৰুকেইটা । দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন । অভিযোগ অনুসৰি, বৰঘাট আৰক্ষী চকীৰ সন্মুখৰে নিতৌ পাৰ হয় চোৰাং গৰু সৰবৰাহকাৰী বাহন । সন্দেহৰ আৱৰ্তত নগাঁৱৰ বৰঘাট আৰক্ষীও । ইফালে দুৰ্ঘটনাটোত দুটাকৈ গৰুৰ মৃত্যু হোৱাৰ বিপৰীতে আৰক্ষীয়ে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে ১৪টা গৰু ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.