সোণাৰিৰ ৰহনত দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত স্বামী-স্ত্ৰী

By

Published : Oct 6, 2022, 4:21 PM IST

thumbnail

দশমীৰ নিশাই সোণাৰিৰ ৰহনৰ নেপালী গাঁৱত ভয়ংকৰ হত্যাকাণ্ড (Murder in Sonari) । শোৱা পাটীতে অচিনাক্ত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰি থৈ যায় সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডা নামৰ স্বামী-স্ত্ৰীহালক(Couple murder in Nagaon) । জীতেন বৰুৱা নামৰ ব্যক্তিজনৰ বাগানত পাত চিঙা কামত কৰ্মৰত আছিল পৰিয়ালটো । ঘটনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য (Brutal murder in Sonari)। মৃত সুভাষ মুণ্ডা আৰু বিনিতা মুণ্ডা ঘৰ তিনিচুকীয়াত বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ইতিমধ্য ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.