বাৰিষাৰ পথাৰত পৰিণত কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Jul 7, 2022, 10:49 AM IST

thumbnail

কলিয়াবৰত মৰণফাণ্ডত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ(National Highway 37) ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থা তথা চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত হেমাহিৰ ফলতেই দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা(Road Accident in NH 37) । জৰাজীৰ্ণ পথৰ বাবে এতিয়া সৰ্বসাধাৰণ লোকে জীয়াতু ভুগিব লগা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত । চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ বাবেই এজাক বৰষুণতে দ গাঁতৰ সৃষ্টি হৈছে ঘাইপথটোত । বিশেষকৈ কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৰাষ্ট্ৰীয় ঘাইপথচোৱা বিধ্বস্ত ৰূপৰ বাবেই প্ৰায়েই সংঘটিত হৈ আহিছে দুৰ্ঘটনা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.