তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশনত ৰাম নাথ কোবিন্দ

By

Published : May 4, 2022, 6:52 PM IST

thumbnail

সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰৰ গৌজন পথাৰত আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ 61 সংখ্যক অধিৱেশন (61st session of Bodo Sahitya Sabha at Tamulpur) ৷ এই অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ বুধবাৰে এই অধিৱেশনৰ মুকলি সভাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে অংশগ্ৰহণ কৰে (President Ram Nath Kovind attends Bodo Sahitya Sabha meet) ৷ 61 সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনৰ (Bodo Sahitya Sabha at Tamulpur) সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্যকাৰ্য্যবাহী প্ৰমোদ বড়োৰ লগতে নেপাল আৰু বাংলাদেশৰ পৰা অহা একোটাকৈ প্ৰতিনিধিৰ দলো উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.