নগাঁৱত জেহাদীকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য পীযুষ হাজৰিকাৰ

By

Published : Aug 28, 2022, 1:20 PM IST

thumbnail
()

নগাঁৱত দলীয় সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰণ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ মন্ত্ৰীগৰাকীৰ (Piyush Hazarika criticizes Bhupen Borah) । জেহাদীৰ সমৰ্থনকাৰীক প্ৰাৰ্থীত্ব দিয়াৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে (Congress president fields supporters of jihadis) । দেখুৱাই জেহাদীৰ বিৰোধিতা কৰে ভূপেন বৰাই । ভূপেন বৰাই যদি জেহাদীৰ বিৰোধিতা কৰে তেন্তে প্ৰথমে দলৰ পৰা জেহাদীৰ সমৰ্থনকাৰীক উলিয়াই দিয়ক বুলি প্ৰত্যাহ্বান জনাই হাজৰিকাই । ইংৰাজী মাধ্যমক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভতো মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ । তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আগবঢ়ালে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.