কঙালীত এগছি বন্তি জ্বলাবলৈ লৈ উচুপিছে ৰাজ্যৰ একাংশ কৃষকে

By

Published : Oct 18, 2019, 6:35 PM IST

Updated : Oct 18, 2019, 6:45 PM IST

thumbnail

আজি কাতি বিহু ৷ তুলসী তলত,ধাননি পথাৰত চাকি জ্বলাই পথাৰৰ লখিমীৰে ভঁৰাল ভৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনাইছে অসমীয়া ৰাইজে ৷ গাঁৱে-ভূঞে দেখা গৈছে চহা ৰাইজৰ পাৰ ভঙা উচাহ-উদ্দীপনা ৷ কিন্তু এই উচাহ উদ্দীপনাৰ বিপৰীতে ৰাজ্যৰ এফালে দেখা গৈছে দুখৰ বন্যা ৷ বানে ধোৱা পথাৰ খনলৈ চাই হা-হুমুনিয়াহ কঢ়াৰ লগতে চকুলো টুকিছে একাংশ কৃষকে ৷ বাৰিষাৰ বানে বাৰুকৈয়ে কঙাল কৰি গ'ল এইসকল চহাক ৷ যাৰ বাবে ধাননি পথাৰত বছেৰেকৰ বিহুটোৰ দিনা এগছি বন্তি জ্বলাবলৈ লৈও থমকি ৰৈছে কৃষক সকল ৷ এই সম্পৰ্কত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন....

Last Updated : Oct 18, 2019, 6:45 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.