One person died in heat: কলিয়াবৰত উৎকট গৰমত প্ৰাণ হেৰুৱালে এজনে

By

Published : Jul 17, 2022, 1:28 PM IST

thumbnail

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ ধাৰাসাৰ বৰষুণৰ পাছত সূৰ্যৰ প্ৰচণ্ড তাপত ত্ৰস্তমান জনসাধাৰণ (Sun on the hot Seat in Assam) ৷ কলিয়াবৰত উৎকট গৰমে প্ৰাণ ল'লে এজনৰ (Man died in the heat) ৷ প্ৰচণ্ড গৰমৰ বাবেই কলিয়াবৰৰ বামুণীত এজন বৃদ্ধৰ মৃত্যু ৷ মৃত ব্যক্তিজন বামুণী পথাৰৰ চমৰা ভূমিজ । শনিবাৰে উৎকট গৰমৰ মাজতে নিজৰ দৈনন্দিন কাম-কাজ কৰি অসহ্যকৰ গৰমৰ বাবে ঢলি পৰিছিল লোকজন । পিছত নিশা শুই থকা অৱস্থাতে মৃত্যু হয় ৫৫ বছৰীয়া বৃদ্ধৰ গৰাকীৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.