Martial arts training camp: কাজিৰঙা বচাগাঁও নাট্যমন্দিৰত সমৰ কলাৰ প্ৰশিক্ষণ শিবিৰ

By

Published : Jul 28, 2022, 2:20 PM IST

thumbnail

কাজিৰঙা বচাগাঁও নাট্যমন্দিৰত আয়োজন কৰা হয় বিনামূলীয়া সমৰ কলাৰ প্ৰশিক্ষণ শিবিৰৰ ( Martial arts training camp organized in Kaziranga) ৷ বিভিন্ন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে এই সমৰ কলাৰ প্ৰশিক্ষণ শিবিৰত । যিকোনো জটিল পৰিস্থিতিত আত্মৰক্ষাৰ বাবে ছাত্ৰীসকলক দিয়া হৈছে এই বিশেষ প্ৰশিক্ষণ । জিতু শইকীয়া ফাউণ্ডেচনৰ উদ্যোগত Wariors ৰ কাজিৰঙা আঞ্চলিক সমিতিৰ সহযোগত ১ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিৱিৰৰ অন্ত পৰিব অহা ৩০ জুলাইত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.