সিংহয়ো ল'লে অমৃত মহোৎসৱৰ সোৱাদ

By

Published : Aug 16, 2022, 9:14 AM IST

Updated : Aug 16, 2022, 9:37 AM IST

thumbnail

সোমবাৰে দেশে উদযাপন কৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Independence Day) । দেশবাসীয়ে উলহ-মালহৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে এক দৃশ্য দেখি মন ভৰিছে সকলোৰে । জীৱশ্ৰেষ্ঠৰ সমানে সমানে সিংহয়ো যেন উদযাপন কৰিলে দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱস(Lions celebrates 76 Independence Day) ! স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তোলা গুজৰাটৰ মেন্দাৰাদা তালুকৰ মালংকা গাঁৱৰ ওচৰৰ মধুবন বান্ধত দেখা গ'ল সেই বিশেষ দৃশ্য । মধুবন বান্ধৰ অঞ্চলচোৱাত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে গোটেই বান্ধটো আলোকৰে সজোৱা হৈছিল । আৰু সেই অঞ্চলত সিংহৰ বিচৰণৰ দৃশ্য বন্দী হৈ ৰৈছিল CCTV কেমেৰাত ।

Last Updated : Aug 16, 2022, 9:37 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.