জামুগুৰিহাটত ডি আই ডি লিটল মাষ্টাৰ 2nd Runners up আধ্যাশ্ৰী উপাধ্যায়ক উষ্ম সম্বৰ্ধনা

By

Published : Jun 29, 2022, 8:59 PM IST

thumbnail

পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম কন্যা তথা চিলাপথাৰ নিবাসী কণমানি নৃত্য প্ৰতিয়সী আধ্যাশ্ৰী উপাধ্যায়ে (Adhyashree become runner up of DID Little Master Season 5) ৷ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব DID little Master season 5 ৰ 2nd Runners-up অসম কন্যা আধ্যাশ্ৰী উপাধ্যায় বুধবাৰে জামুগুৰিহাটৰ জীয়া ভৰলীপাৰৰ টৌভঙা আৰু টুপিয়াত উপস্থিত হোৱাৰ লগে লগেই এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয় । লগতে ঢোল, তালৰ ধ্বনিৰে অসম কন্যা আধ্যাশ্ৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Grand Welcome to DID Little Mast runner up Adhyashree upadhyay at Sootea ) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.