Flood at Jonai : ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিউ চিয়াং নদীয়ে

By

Published : Oct 10, 2022, 10:43 PM IST

thumbnail

ক্ৰমাৎ ভয়াৱহ পৰিস্থিতিৰ ফালে ঢাল খাইছে জোনাইৰ চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰীত ৷ কিয়নো জোনাইত নিউ চিয়াং নদীৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ (Unseasonal Flood at Jonai) ৷ বৰ্তমানেও জোনাইত আবদ্ধ হৈ আছে সাংবাদিকসহ এটা উদ্ধাৰকাৰী দল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.