টাংনী নৈৰ বুকুত জাহ গ’ল বৰুৱাঝাৰ প্ৰাথমিক বিদ্যালয়

By

Published : Jun 18, 2022, 9:49 PM IST

thumbnail

সমগ্ৰ ৰাজ্যজুৰি বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে (Flood in Assam) ৷ বাদ পৰি যোৱা নাই দৰং জিলাৰ দলগাঁৱো (Flood in Darrang) ৷ বিগত কেবাদিনো ধৰি চলা নেৰানেপেৰা বৰষুণৰ ফলত টাংনী নদীৰ বাঢ়নীয়ে পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ শনিবাৰে চকুৰ সন্মুখতে টাংনী নৈতত জাহ গ’ল দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ প্ৰাথমিক বিদ্যালয়খনৰ পকী দেৱাল (Erosion threatens Baruajhar L.P.School at Dalgaon) ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক নাজিমুদ্দিন আহমেদে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাত যাতে কোনো বাধা নাহে তাৰ বাবে চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.