Elephant attack video : নিজৰ মাউতকে যেতিয়া আক্ৰমণ এটা হাতীৰ

By

Published : Apr 21, 2022, 10:23 PM IST

thumbnail

কেৰালাৰ কোজিকোডেৰ এটা মন্দিৰৰ এক উৎসৱৰ বাবে অনা এটা হাতীয়ে হঠাতে হিংসাত্মক ৰূপ ধাৰণ কৰে (Elephant turns violent) ৷ আনকি নিজৰ মাউতকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰে হাতীটোৱে (Elephant attacks mahout) ৷ পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকৰ সৈতে মাউত গৰাকীয়ে নিয়ন্ত্ৰণ কৰে হাতীটোক ৷ চাওক এই শিহৰণকাৰী দৃশ্যৰ ভিডিঅ’ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.