Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

By

Published : May 3, 2022, 10:20 AM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও চহৰৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ(Eid ul fitr celebrations 2022) ৷ প্ৰায় দহ সহস্ৰাধিক ইছলামধৰ্মী লোকে সমবেত হৈ আদায় কৰে পবিত্ৰ ৰমজানৰ ঈদৰ নামাজ(Eid ul fitr celebrations in Morigaon) ৷ জিলাখনৰ মৰিমুছলমান গাঁৱৰ বড় মছজিদৰ ইমাম কাৰী মৌলানা মেহবুব ইলাহীয়ে নেতৃত্ব বহন কৰে আজিৰ নামাজৰ ৷ ঈদগাহথলীত সমবেত হোৱা লোকসকলে প্ৰত্যেকেই নতুন পোছাক পৰিধান কৰি আহে ৷ এই ঈদে সমাজলৈ ভাতৃত্ববোধৰ বাণী বিলোৱাৰ লগতে ঐক্যৰ এনাজৰীডাল কটকটীয়া কৰাত আগভাগ ল’ব বুলি আশা প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত চাওক মৰিগাঁৱৰ সংবাদদাতা ৰাতুল ডেকাৰ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.