ETV Bharat / bharat

কন্যা ৰাশিৰ ধন বৃদ্ধি...ধনু ৰাশিৰ ব্যয় বৃদ্ধি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - DAILY HOROSCOPE FOR 31ST MAY

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:08 AM IST

Daily Horoscope For 31st May: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 31st May 2024
কন্যা ৰাশিৰ ধন বৃদ্ধি...ধনু ৰাশিৰ ব্যয় বৃদ্ধি...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো (ETV BHARAT ASSAM DESK)

মেষ ৰাশি: আজিৰ দিনতো আপোনাৰ বাবে বিশেষ এটা ভাল নহয় বুলি ক’ব পাৰি ৷ সেইবাবে আপুনি শান্ত থাকক আৰু দিনটো যেনে তেনে পাৰ হৈ যাবলৈ দিয়ক ৷ সাৱধানে থাকক, অন্যথা আপোনাক কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে ৷ মাতৃৰ শৰীৰ আৰু আন কিছুমান কাৰণত আপোনাৰ মন অস্থিৰ হৈ থাকিব ৷ পানীৰ পৰা আঁতৰত থাকক ৷

বৃষ ৰাশি: চিন্তা পৰিহাৰ কৰক ৷ আপোনাৰ বাবে আজিৰ দিনটো সাহিত্য আৰু কলাৰ চৰ্চাৰ বাবে উত্তম দিন ৷ মাতৃৰ লগত হোৱা আলোচনাই আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব ৷ পৰিয়ালৰ লগত সুন্দৰ ভ্ৰমণত যাব পাৰে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয় আপোনাৰ মিটিং বোৰত ভাল ফল দেখুৱাব পাৰিব ৷ আপোনাৰ কৰ্ম দক্ষতা আৰু কষ্ট আপোনাৰ কামত প্ৰতিফলিত হ’ব ৷ আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ ৷

কৰ্কট ৰাশি: আজি আপোনাৰ ভাগ্যত বন্ধু, ফুৰ্তি আৰু আনন্দ আছে ৷ আজি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লগত ভ্ৰমণত ওলাই যাওক ৷ পত্নীৰ সান্নিধ্য সুখ লাভ কৰিব আৰু তেওঁৰ ফালৰ পৰা শুভবাৰ্তা পাব পাৰে ৷ সকলো ফালৰ পৰা এটি সুন্দৰ দিন ৷

সিংহ ৰাশি: আপোনাৰ ভাগ্য আজি বৰ ভাল নহয় ৷ চিন্তাই আপোনাক সম্পূৰ্ণ জুৰুলা কৰিব পাৰে ৷ যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ তলত কাম কৰা কাৰো সৈতে বেয়া ব্যৱহাৰ নকৰিব ৷ ভুল বুজাবুজি দূৰ কৰক ৷ আদালতত চলি থকা কামত পলম হ’ব ৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাক আনন্দ দিব ৷

কন্যা ৰাশি: আজিৰ দিনটো কন্যাসকলৰ বাবে পৰিয়াল আৰু বন্ধুৰ লগত কটোৱাৰ উপযুক্ত সময় ৷ সামাজিকভাৱে আপুনি সন্মান আৰু নাম লাভ কৰিব ৷ ধন বৃদ্ধি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময় ৷ ব্যৱসায়ত প্ৰচুৰ লাভৰ যোগ আছে ৷

তুলা ৰাশি: গণেশৰ কৃপাত আপোনাৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ বাবে অনুকুল হ’ব ৷ আপোনাৰ কৰ্মদক্ষতাত আপোনাৰ বচ সুখী হ’ব আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে ৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব ৷ মাতৃৰ দ্বাৰা উপকৃত হ’ব ৷

বৃশ্চিক ৰাশি: আজি আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ সাময়িকভাৱে আপোনাৰ ব্যৱসায়ত অলপ লোকচানত ভুগিবলগীয়া হ’ব পাৰে যিয়ে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব ৷ গতিকে অলপ সাৱধানে থাকক, কাৰণ আপোনাৰ বন্ধু আৰু বচৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটিব পাৰে ৷ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক আৰু সন্তানৰ লগত সময় কটাওক ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ নহয়, আপোনাৰ দুখে মনতো পৰিচালিত কৰা বাবে আপোনাৰ কামত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে উচিত সময় নহয় ৷ আপোনাৰ বেয়া মন আৰু তিতা মাত-কথাই আপোনালৈ বিপদ মাতি আনিব ৷ বে-আইনী কামৰ পৰা নিজকে আঁতৰাই ৰাখক যিয়ে আপোনাৰ সন্মান হানি কৰিব পাৰে ৷ অনাৱশ্য়ক ব্যয় বৃদ্ধি হ’ব পাৰে ৷ বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক কাৰণ এই অভ্যাসে আপোনাৰ শৰীৰ আৰু টকা দুয়োটাৰে হানি কৰিব পাৰে ৷

মকৰ ৰাশি: দিনটো শুভ ৷ আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু আপুনি কৰা সকলো কাম সফলতাৰ দিশে আগবাঢ়িব ৷ আপুনি সকলোৰে বিশ্বাসৰ পাত্ৰ হৈ পৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ কলাৰ সৈতে জড়িত সকলৰ বাবে ভাল সময় অব্যাহত আছে ৷ শৰীৰ ভালে থাকিব ৷ এই সকলোবোৰ আপোনাৰ দিন ভালদৰে পাৰ কৰাত সহায় কৰিব ৷

কুম্ভ ৰাশি: গণেশৰ কৃপাত আপুনি কামত সাফল্যতা লাভ কৰিব আৰু নিজকে প্ৰতিষ্ঠা কৰাত সফল হ’ব ৷ আপুনি মানসিকভাৱে নিজকে সলনি হোৱা যেন অনুভৱ কৰিব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব আৰু এই কথাই আপোনাৰ কামত ভাল ফল লাভত সহায়ক হ’ব ৷

মীন ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত সহায় কৰিব আৰু আপুনি আপোনাৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভাৰ পৰিচয় পাব ৷ আগবাঢ়ক আৰু কলাসুলভ কাম যেনে লিখা মেলা কামত মন দিয়ক, সফল হ’ব ৷ প্ৰেমিকসকলৰ প্ৰেম নিবেদনৰ উত্তম সময় ৷ সংগীৰ লগত সময় কটাওক কাৰণ পাৰ হৈ যোৱা সময় আৰু ঘূৰি নাহে ৷ ছাত্ৰ-ছাত্ৰীসকলে ধীৰে ধীৰে তেওঁলোকৰ সফলতাৰ দিশত আগবাঢ়িব পাৰিব ৷ যিকি নহওক এই কেইদিন অলপ পানীৰ পৰা আঁতৰি থাকক ৷ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপোনাৰ সকলো সফলতাত বাধাৰ সৃষ্টি হ’ব ৷

লগতে পঢ়ক: এই সপ্তাহতে বৃষ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সংস্থাপন, ধনু ৰাশিৰ লোকে পাব আকাংক্ষিত ফল, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.