অভাৱত পৰিয়েই আলফা(স্বা) লৈ গৈছিল নেকি ধনজিৎ দাস ?

By

Published : May 7, 2022, 5:15 PM IST

thumbnail

অৱশেষত, চোৰাংচোৱা গিৰি কৰাৰ অভিযোগত সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক মৃত্যুদণ্ড বিহিলে আলফা স্বাধীনে (Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ ইয়াৰে, ধনজিৎ দাসৰ আছে পত্নীৰ সৈতে এজনী কনমানি ৪ বছৰীয়া সন্তান ৷ বৰপেটা চহৰৰ এখন কাপোৰৰ দোকানত থাকি পৰিয়াল পোহপাল দি থকা ধনজিৎ দাসে পত্নী আৰু সন্তানক এৰি থৈ আলফাত যোগদান কৰাৰ কাৰণ সম্পৰ্কেও হৈছে আলোচনা ৷ আৰ্থিক দুৰৱস্থাৰ বাবেই মৃত্যুপথত ভৰি দিছিল নেকি ধনজিতে, তাকেলৈয়ো এতিয়া উত্থাপিত হৈছে প্ৰশ্ন ৷ ধনজিতৰ মৃত্যুৰ পিছত বৰপেটাৰ ঘৰখনত এতিয়া সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ (Mourn in Dhanjit's home after ULFAI killed him) ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.