ETV Bharat / snippets

কৃত্ৰিম বানত বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ

author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 2:16 PM IST

Hojai Artificial flood
কৃত্ৰিম বানত বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ (ETV BHARAT ASSAM)

হোজাই, 16 জুন : আকৌ কৃত্ৰিম বান ৷ এজাক বৰষুণতেই বুৰিল হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথ । জানিব পৰা মতে, হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী মূল পথটোত অসম মালাৰ অধীনত কাম চলি আছে । সেয়ে ঠিকাদাৰে হোজাই উত্তৰ বিদ্যানগৰ ৰোডত যধে মধে গাঁত খান্দি মাটি পেলাই থৈ দিছে ৷ এই অভিযোগ ৰাইজৰ । ফলত এজাক বৰষুণতেই জলমগ্ন হৈ পৰিছে অঞ্চলটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.