নগাঁৱত দুৰ্ঘটনাত পতিত মুখ্যমন্ত্ৰীৰ জামাৰ বাহন

By

Published : Jun 12, 2022, 8:13 AM IST

Updated : Jun 12, 2022, 9:30 AM IST

thumbnail

নগাঁৱৰ কৃষ্ণাইঘাটত শনিবাৰে সংঘটিত হয় এক দুৰ্ঘটনা(Road accident in Nagaon), য'ত দুৰ্ঘটনাগ্ৰস্ত হয় মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এখন জামাৰ(Chief Ministers Jamar vehicle) ৷ দুৰ্ঘটনা পতিত হোৱা বাহনখন হৈছে AS O1EA3167 নম্বৰৰ এখন টাটা চাফাৰী ষ্টম বাহন(Cm's Jamar car accident) ৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা আহি থকা অৱস্থাত কৃষ্ণাইখাটৰ বাইপাছত আগত গৈ থকা এখন বাহনক পিছফালৰ পৰা খুন্দিয়াই জামাৰখনে । এই দুৰ্ঘটনাত চালকসহ বাহনখনত থকা দিলীপ লিকচন নামৰ এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় ৷

Last Updated : Jun 12, 2022, 9:30 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.